আধ্যাত্মিক জীৱনৰ অভিমুখে [Adhyatmik Jeevanar Abhimukhe]

₹300.00
Out of stock
SKU
BGF00070

আধ্যাত্মিক জীৱনৰ অভিমুখে এই কিতাপখনত মাননীয় একনাথজীয়ে প্রধানতঃ বিবেকানন্দ কেন্দ্ৰৰ জীৱনব্রতী প্রশিক্ষার্থী সকলক অনুপ্রাণিত কৰিবলৈ এই বক্তৃতা সমূহ প্রস্তুত আৰু প্ৰদান কৰিছিল যাতে তেওঁলোকক স্বামী বিবেকানন্দৰ মহান আদৰ্শৰ পৰিপূৰ্ত্তিৰ বাবে সুযোগ্য সংবাহক আৰু উপযুক্ত আহিলা হিচাবে গঢ় দিব পাৰি।

এই কিতাপখন প্রকৃততে পূর্বে প্রকাশিত 'সেৱাৰ সাধনা' নামৰ কিতাপ খনৰ বিস্তৃত ৰূপ। মাননীয় একনাথজীৰ এই বাণীসমূহ কেৱল বিবেকানন্দ কেন্দ্ৰৰ কার্যকর্তা বা শুভাকাঙ্খী সকলৰ বাবেই নহয়, যিকোনো ঠাইতে ৰাষ্ট্ৰ নিৰ্মাণৰ কার্যত আগ্রহী সকলো ব্যক্তিৰ বাবেই এই বাণীসমূহ প্রযোজ্য। এজন আদর্শ কাৰ্যকৰ্তাৰ কি কি গুণ থাকিব লাগে, স্বার্থহীন সেৱা, অনুশাসন, নিষ্ঠা আৰু সমর্পণ কেনেদৰে আহৰণ কৰিব পাৰি ইয়াত সুন্দৰ ভাবে আলোচনা কৰিছে।

এই কিতাপখন প্রকৃততে পূর্বে প্রকাশিত 'সেৱাৰ সাধনা' নামৰ কিতাপ খনৰ বিস্তৃত ৰূপ। মাননীয় একনাথজীৰ এই বাণীসমূহ কেৱল বিবেকানন্দ কেন্দ্ৰৰ কার্যকর্তা বা শুভাকাঙ্খী সকলৰ বাবেই নহয়, যিকোনো ঠাইতে ৰাষ্ট্ৰ নিৰ্মাণৰ কার্যত আগ্রহী সকলো ব্যক্তিৰ বাবেই এই বাণীসমূহ প্রযোজ্য। এজন আদর্শ কাৰ্যকৰ্তাৰ কি কি গুণ থাকিব লাগে, স্বার্থহীন সেৱা, অনুশাসন, নিষ্ঠা আৰু সমর্পণ

কেনেদৰে আহৰণ কৰিব পাৰি ইয়াত সুন্দৰ ভাবে আলোচনা কৰিছে।

More Information
Publication Year Dec 2024
Edition First
Pages 603
Author Eknathji Ranade
Write Your Own Review
You're reviewing:আধ্যাত্মিক জীৱনৰ অভিমুখে [Adhyatmik Jeevanar Abhimukhe]
We found other products you might like!
©Copyright Vivekananda Kendra 2011-2050. All Rights Reserved.