Parivesh Surakshar Pratijna (Assomiya) পৰিবেশ সুৰক্ষাৰ প্ৰতিজ্ঞা।

₹25.00
In stock
SKU
BGF00040

পৰিবেশ, পৰিবেশ, পৰিবেশ এই শব্দটো আজি সকলোৰে মুখে মুখে শুনা যায়। বিদ্যালয়ৰ পৰিবেশ, সমতাৰ পৰিবেশ, ঘৰৰ পৰিবেশ সকলোৰে মুখে মুখে এই পৰিবেশ নষ্ট হৈছে। ইয়াৰ বাবে প্রত্যক্ষ আৰু পৰোক্ষ ভাৱে বিভিন্ন সময়ত চৰকাৰী আৰু বে-চৰকাৰী ভাবে বিভিন্ন বক্তৃতা, জাননী, শিবিৰ, প্রতিযোগিতা, শ্লোগান আদি শুনা যায়। কিন্তু তাৰ প্ৰভাৱ কিমান পৰিছে ল'ৰা-ছোৱালীৰ ওপৰত, সমাজৰ ওপৰত, পৰিয়ালৰ ওপৰত তাক ঠাৱৰ কৰাটো টান।

পৰিবেশ সুৰক্ষাৰ প্ৰতিজ্ঞা এই কিতাপ খনিৰ মাধ্যমেৰে ছাত্ৰ-ছাত্ৰী সকলক পৰিবেশ বুলিলে তাৰ অন্তৰ্গত কি কি এই সম্পৰ্কে সহজ সৰল ভাষাত সুন্দৰকৈ বুজাবলৈ চেষ্টা কৰিছে আৰু নিজে বুজি উঠাৰ পিছত তাক পালন কৰিবলৈ কেনেদৰে প্রতিজ্ঞাবদ্ধ হ'ব লাগে তাক কৈছে। সচাকৈয়ে এই সুন্দৰ, সহজ সৰল কিতাপখনিৰ বাবে লেখক গীতা পেটেল আৰু অনুবাদক ৰাজলক্ষ্মী খাওন্দলৈ আমি আন্তৰিক ধন্যবাদ জনাইছো। লগতে স্বামী বিবেকানন্দৰ ১৫০ বছৰীয়া জন্মজয়ন্তীৰ ২১ পুষ্পার্ঘ্য হিচাবে প্রকাশ পোৱা এই পুস্তিকাখনি ৰাইজে আদৰি ললে আমি কৃতাৰ্থ মানিম।

More Information
Publication Year 2013
VRM Code 3103
Edition First
Pages 12
Format Soft Cover
Author Gita Patel
Write Your Own Review
You're reviewing:Parivesh Surakshar Pratijna (Assomiya) পৰিবেশ সুৰক্ষাৰ প্ৰতিজ্ঞা।
©Copyright Vivekananda Kendra 2011-2050. All Rights Reserved.