Karmayoga (Assomiya)
স্বামী বিবেকানন্দ আমেৰিকাত থাকোঁতে বিভিন্ন সময়ত বিভিন্ন ঠাইত কৰ্মযোগৰ ওপৰত ব্যাখ্যান আগবঢ়াইছিল। এই বিভিন্ন ব্যাখ্যান সমূহৰ মাধ্যমেৰে স্বামীজীয়ে বুজাব খুজিছিল যে কর্মনো কি, মানৱ জীৱনৰ ওপৰত কৰ্মৰ প্ৰভাৱ, কৰ্মৰহস্য মানে কি আৰু কৰ্মযোগৰ আদৰ্শ কি। এই কিতাপখনত থকা ব্যাখ্যান সমূহ পঢ়িলে আমি গম পাওঁ যে তেওঁৰ বিচাৰ কিমান উচ্চ আছিল আৰু ই আমাৰ দৈনন্দিন জীৱনৰ বাবে কিমান উপযোগী।
আশা থাকিল যে বিভিন্ন ক্ষেত্ৰত কৰ্ম কৰি থকা সকলোৰে বাবে এই কিতাপখন উপযোগী হ'ব।
স্বামী বিবেকানন্দ আমেৰিকাত থাকোঁতে বিভিন্ন সময়ত বিভিন্ন ঠাইত কর্মযোগৰ ওপৰত ব্যাখ্যান আগবঢ়াইছিল। এই বিভিন্ন ব্যাখ্যান সমূহৰ মাধ্যমেৰে স্বামীজীয়ে বুজাব খুজিছিল যে কর্মনো কি, মানৱ জীৱনৰ ওপৰত কৰ্মৰ প্ৰভাৱ, কৰ্মৰহস্য মানে কি আৰু কৰ্মযোগৰ আদৰ্শ কি। এই কিতাপখনত থকা ব্যাখ্যান সমুহ পঢ়িলে আমি গম পাওঁ যে তেওঁৰ বিচাৰ কিমান উচ্চ আছিল আৰু ই আমাৰ দৈনন্দিন জীৱনৰ বাবে কিমান উপযোগী। আজিৰ এই পৰিস্থিতিত সংসাৰত কৰ্মযোগৰ প্ৰকৃত ৰূপ বুজাটো বহুত আৱশ্যক, বিশেষকৈ ভাৰতবৰ্ষৰ বাবে।
আমি যিয়েই কাম নকৰো তাৰ সংস্কাৰ আমাৰ মনত থাকি যায়। স্বাৰ্থৰ বাবে কৰা কাম দাসত্বৰ কাম। অনাসক্ত হৈ কাম কৰিব লাগে। অনাসক্ত মানুহৰ বাবে সকলো কর্তব্যই একসমান। আসক্তিৰ পৰাই দুখ আহে। সেয়েহে আসক্তি ত্যাগ কৰি নিৰন্তৰ কৰ্ম কৰি যাব লাগে। কর্মযোগ, নিঃস্বাৰ্থপৰতা আৰু সৎকৰ্মৰ দ্বাৰা মুক্তি লাভৰ এটা বিশেষ প্রণালী।
আশা থাকিল যে বিভিন্ন ক্ষেত্ৰত কৰ্ম কৰি থকা সকলোৰে বাবে এই কিতাপখন উপযোগী হ'ব। ইয়াৰ ভাব, বিচাৰ বিশ্লেষণ কৰি কাৰ্যত পৰিণত কৰিলে সকলো উপকৃত হ'ব।
Publication Year | 2024 |
---|---|
Edition | First |
Pages | 96 |
Format | Soft Cover |
Author | Vivekananda Kendra Assomiya Prakashan Vibhag |