Manab Nirman (Assomiya) মানৱ নিৰ্মাণ
₹30.00
In stock
SKU
BGF00006
বিভিন্ন সময়ত স্বামীজীয়ে দিয়া ভাষণসমূহৰ কিয়দংশ
মানৱ নির্মাণ এই পুথিখনি মাননীয় একনাথজীৰ দ্বাৰা সংকলিত আৰু বিবেকানন্দ কেন্দ্ৰৰ দ্বাৰা প্ৰকাশিত ইংৰাজী ভাষাৰ কিতাপ "Man Making” অসমীয়ালৈ অনুবাদ কৰা হৈছে। স্বামী বিবেকানন্দ গোটেই ভাৰত ভ্ৰমণ কৰাৰ পিছত তিনিখন সাগৰৰ সংগম স্থলত ধ্যানত মগ্ন হৈ জীৱনৰ উদ্দেশ্য বিচাৰি পাইছিল। তাৰ পিছত আমেৰিকালৈ গৈ দেখিলে যে ভাৰতবৰ্ষৰ জনসাধাৰনে গোলামিৰ পৰা মুক্তি পাবলৈ সংগঠিত হৈ কাম কৰিব লাগিলে এটা সংগঠনৰ দৰকাৰ। এই কামখিনি উঠি অহা যুৱক-যুৱতীসকলেহে কৰিব পাৰিব। মানৱ নিৰ্মাণ এই পুথিখনিত কেনেদৰে এজন প্রকৃত মানৱ নিৰ্মাণ কৰিব পাৰি তেওঁৰ অভিজ্ঞতাৰে কিছুমান উপায় ভাৰতবাসীৰ বাবে আগবঢ়াইছে। কিছুমান সুদক্ষ কর্মীৰ দ্বাৰাহে ভাৰতৰ পুনৰনিৰ্মাণ সম্ভৱ।
Publication Year | 2010 |
---|---|
VRM Code | 1914 |
Edition | First |
Pages | 58 |
Format | Soft Cover |
Author | Eknathji Ranade |
Write Your Own Review