Sevar Sadhana (Assomiya) সেবার সাধনা

₹110.00
In stock
SKU
BGF00001

বিৱেকানন্দ কেন্দ্ৰৰ প্ৰতিষ্ঠাপক সভাপতি মাননীয় একনাথ ৰাণাডেজীয়ে প্ৰদান কৰা বক্তৃতাৰ সঙ্কলন যাতে দিয়া হৈছে।
আৰু অনুবাদ
শ্ৰীযুত প্রশান্ত মাধৱ বৰুৱা দেৱ ৰ দ্বাৰা হৈছে।
লগতে নতুন সংস্কৰণৰ সম্পাদনা শ্ৰীযুত মুকুল চন্দ্র বড়া দেৱ দ্বাৰা কৰা হৈছে।

লগতে বেটুপাত কৰা হৈছে। পৰিকল্পনা, দিলীপ হাজৰিকা আৰু অলংকৰণ, ৰমনী ডেকা।

বিবেকানন্দ কেন্দ্র কন্যাকুমাৰী, এটি আধ্যাত্ম প্রেৰিত সেৱা সংগঠন। জীৱনব্রতী কাৰ্যকৰ্তা সকলৰ মাধ্যমেৰে সেৱা কার্য সম্পাদন কৰা হয়।

৭ জানুৱাৰী, ১৯৭২ চনৰ সূর্যোদয়ৰ লগে লগে বিৱেকানন্দ শিলা স্মাৰকত নিজৰ সৰ্বস্ব সমৰ্পণ কৰিবলৈ তৎপৰ ১৬ জন জীৱনব্রতী কার্যকর্তাই দীক্ষা গ্রহণ কৰে। এই গ্ৰন্থখনিৰ ব্যাখ্যানসমূহ জীৱনব্রতী সকলৰ অক্ষয় শৃংখলাৰ আৰম্ভণি।

বিবেকানন্দ শিলা স্মাৰকৰ প্রণেতা তথা বিবেকানন্দ কেন্দ্ৰৰ সংস্থাপক মাননীয় একনাথজী ৰাণাডেই জীৱনব্রতী সকলক সাধনাৰ প্ৰথম দীক্ষা দিয়ে।

প্ৰশিক্ষণৰ ব্যাখ্যানসমূহৰ বক্তৃতা সংগ্ৰহ প্ৰতিজন ব্যক্তিষ বায়োে পথ প্রদর্শক আৰু জীৱনক সাধনাত পৰিণত কৰাৰ মূল্যবান ছাবি কাঠি এই গ্রন্থখনি।

More Information
Publication Year 1996
VRM Code 1910
Edition Thirth
Pages 160
Volumes 0
Format Soft Cover
Author Ma.Eknath Ranade
Write Your Own Review
You're reviewing:Sevar Sadhana (Assomiya) সেবার সাধনা
©Copyright Vivekananda Kendra 2011-2050. All Rights Reserved.