Yoga Ekatma Darshanar Oparat Adharita Jeevan Shaili (Assomiya) ৰোগা একমাত্ৰ দৰ্শন ৰ ওপৰত আধাৰিত জীৱন শৈলী।

₹40.00
In stock
SKU
BGF00021

যোগ' কেৱল আসন অথবা প্রাণায়াম নহয়। ই এক জীৱন শৈলী। ই হ'ল এক পদ্ধতি য'ত আমি পৰিয়াল, সমাজ, জাতি আৰু সমগ্র সৃষ্টি আদি বৃহত্তৰ সত্তাৰ লগত আমাৰ শৰীৰ, আত্মা, বুদ্ধিৰ সমন্বয় সাধন কৰোঁ।

Translated by Dr. Manasi Sharma

আজিৰ প্ৰজন্মই অদ্যপৰিমিত অজ্ঞাত দিশত অতি ক্ষীপ্র গতিৰে ধাৱমান হৈছে। ইয়াৰ পৰিণাম এহাতে অর্থনৈতিক বিকাশ আৰু কাৰিকৰী দিশত বিকাশ, অন্যহাতে চাপযুক্ত জীৱন আৰু পাৰস্পৰিক সম্পৰ্কত ভাঙোন। এই 'চাপ'ৰ ফলত মানুহে কাচিৎহে তেওঁ শ্ৰমৰ ফল উপভোগ কৰিব পাৰিছে।

এইবাবেই সাম্প্রতিক কালত 'যোগ' অতি প্রাসঙ্গিক হৈ পৰিছে। সাধাৰণতে কেৱল শাৰীৰিক ব্যায়াম বুলি ভুলকৈ ব্যাখ্যা কৰা 'যোগ' সম্পর্কে সজাগতা সৃষ্টি কৰাৰ প্ৰয়োজন বাধ্যতামূলক হৈ পৰিছে।

'যোগ' কেৱল আসন অথবা প্রাণায়াম নহয়। ই এক জীৱন শৈলী। ই হ'ল এক পদ্ধতি য'ত আমি পৰিয়াল, সমাজ, জাতি আৰু সমগ্র সৃষ্টি আদি বৃহত্তৰ সত্তাৰ লগত আমাৰ শৰীৰ, আত্মা, বুদ্ধিৰ সমন্বয় সাধন কৰোঁ।

আমি আশা ৰাখিছো 'যোগ একাত্ম দৰ্শনৰ ওপৰত আধাৰিত জীৱন শৈলী' নামৰ এই পুস্তিকাখনিয়ে পাঠকক 'যোগ'ৰ দৰ্শন আৰু অনুশীলন সম্পর্কে সম্যক জ্ঞান দিব পাৰিব।

 

More Information
Publication Year 2022
VRM Code 3445
Edition Second
Pages 56
Format Soft Cover
Author Nivedita Bhide
Write Your Own Review
You're reviewing:Yoga Ekatma Darshanar Oparat Adharita Jeevan Shaili (Assomiya) ৰোগা একমাত্ৰ দৰ্শন ৰ ওপৰত আধাৰিত জীৱন শৈলী।
©Copyright Vivekananda Kendra 2011-2050. All Rights Reserved.